ଅର୍ଥ : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
ଉଦାହରଣ :
পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
ସମକକ୍ଷ : ধাতুমুদ্রা
ଅର୍ଥ : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
ଉଦାହରଣ :
এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল