ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুঠি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুঠি   বিশেষ্য

ଅର୍ଥ : সূতা, ৰেচম আদিৰ গুচ্চ

ଉଦାହରଣ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব

ସମକକ୍ଷ : মুঠা

ଅର୍ଥ : মুঠিত অহা পৰিমাণৰ বস্তু

ଉଦାହରଣ : তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে

ଅର୍ଥ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ

ଉଦାହରଣ : লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে

ଅର୍ଥ : সা-সঁজুলি আদিৰ ধৰা অংশ

ଉଦାହରଣ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

ସମକକ୍ଷ : ঠাৰি, হাত, হাতোৰা, হেণ্ডেল