ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মোহ বা ভ্রমত পৰা
ଉଦାହରଣ : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
ସମକକ୍ଷ : মোহাবিষ্ট, মোহিত
ଅର୍ଥ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ଉଦାହରଣ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
ସମକକ୍ଷ : আসক্ত, মোহাবিষ্ট, মোহিত, ৰক্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ