ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো আৱশ্যক হয়
ଉଦାହରଣ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
ସମକକ୍ଷ : প্রধান, মূল
ଅର୍ଥ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
ଉଦାହରଣ : বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
ସମକକ୍ଷ : মেজৰ
ଅର୍ଥ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ଉଦାହରଣ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
ସମକକ୍ଷ : প্রধান
ଅର୍ଥ : যি কোনো ক্ষেত্রৰ প্রধান
ଉଦାହରଣ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
ସମକକ୍ଷ : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, শ্রেষ্ঠ
ଅର୍ଥ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
ଉଦାହରଣ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
ସମକକ୍ଷ : প্রধান, প্রাথমিক
ସଂସ୍ଥାପନ କରନ୍ତୁ