ଅର୍ଥ : চেহেৰা লুকুৱাবৰ কাৰণে তাৰ ওপৰত দিয়া বা পিন্ধা কাপোৰ বিশেষ
ଉଦାହରଣ :
সন্ত্রাসবাদীবোৰে মুখা পিন্ধি আছিল
ଅର୍ଥ : ধাতু, কাগজ আদিৰে বনোৱা মুখৰ আকাৰৰ বস্তু
ଉଦାହରଣ :
চার্কাচৰ বহুৱাই বিভিন্ন ধৰণৰ মুখা পিন্ধি দর্শকক আমোদ দি আছিল