ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুকলি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুকলি   বিশেষণ

ଅର୍ଥ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি

ଅର୍ଥ : যʼত কোনো ধৰণৰ বাধা নাথাকে

ଉଦାହରଣ : মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী

ଅର୍ଥ : ঢাকি নৰখা বা আৱৰি নৰখা

ଉଦାହରଣ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

ସମକକ୍ଷ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি

ଅର୍ଥ : যʼত বতাহ চলাচল কৰাৰ কাৰণে খিৰিকি আদি থাকে

ଉଦାହରଣ : তেওঁৰ ঘৰটো আহল-বহল

ସମକକ୍ଷ : আহল-বহল, খোলা-মেলা, প্রশস্ত