ଅର୍ଥ : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
ଉଦାହରଣ :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
ସମକକ୍ଷ : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
ଅର୍ଥ : কিহবাৰ সৈতে মিলি থকা কার্য
ଉଦାହରଣ :
তেল পানীত কেতিয়াও নিমিহলে
ସମକକ୍ଷ : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা