ଅର୍ଥ : কিহবাৰ সৈতে মিলি থকা কার্য
ଉଦାହରଣ :
তেল পানীত কেতিয়াও নিমিহলে
ସମକକ୍ଷ : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
ଅର୍ଥ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
ଉଦାହରଣ :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
ସମକକ୍ଷ : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা