ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মিল হোৱা কার্য ্ বা ভাব
ଉଦାହରଣ : নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
ସମକକ୍ଷ : মিলা-প্রীতি, সংযোগ, সমন্বয়
ଅର୍ଥ : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
ଉଦାହରଣ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
ସମକକ୍ଷ : মিল, যোগ, সংযোগ
ସଂସ୍ଥାପନ କରନ୍ତୁ