ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ଉଦାହରଣ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
ସମକକ୍ଷ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, তুল্যতা, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
ଅର୍ଥ : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কাৰখানা, ফেক্টৰী
ଅର୍ଥ : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
ଉଦାହରଣ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
ସମକକ୍ଷ : মিলন, যোগ, সংযোগ
ଅର୍ଥ : বিজুলী মটৰ আদিৰে চলা শস্য, মাহ, দানা আদি পিচা যন্ত্র
ଉଦାହରଣ : এই মিলটোৰ আটা মোটা
ସଂସ୍ଥାପନ କରନ୍ତୁ