ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মিনতি কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মিনতি কৰা   ক্ৰিয়া

ଅର୍ଥ : নম্রভাৱে কাৰোবাক কিবা কোৱা:মোক ঘৰলৈ যাবলৈ দিবৰ কাৰণে আপোনাক অনুৰোধ কৰিছো

ଉଦାହରଣ :

ସମକକ୍ଷ : অনুৰোধ কৰা, নিবেদন কৰা, প্রার্থ্্না কৰা

ଅର୍ଥ : কৰুণ স্বৰেৰে প্রার্থ্্না কৰা

ଉଦାହରଣ : চাকৰটোৱে নিজৰ দীন-হীন অৱস্থাৰ কাৰণে মালিকৰ ওচৰত কাকূতি কৰিছিল

ସମକକ୍ଷ : কাকূতি কৰা, কাকূতি-মিনতি কৰা, কাবৌ-কোকালি কৰা