ଅର୍ଥ : মিছা সাক্ষী দি্ওঁ্তাজন
ଉଦାହରଣ :
মিথ্যাবাদী ব্যক্তিয়ে মিছাৰ আশ্রয়ত জীয়াই থাকে
ଅର୍ଥ : যিয়ে মিছা কথা কয়
ଉଦାହରଣ :
সৌজন মিছলীয়া লোক
ସମକକ୍ଷ : অসত্যবাদী, ফাকিবাজ, মিছলীয়া, মিছাকথীয়া, মিথ্যাচাৰী, মিথ্যাভাষী