ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মিঠা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মিঠা   বিশেষণ

ଅର୍ଥ : চেনি আৰু মৌৰ দৰে সোৱাদৰ

ଉଦାହରଣ : এই ফলটো বৰ মিঠা

ସମକକ୍ଷ : মধুৰ, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা

ଅର୍ଥ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে

ଉଦାହରଣ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে

ସମକକ୍ଷ : মধুৰ, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি

ଅର୍ଥ : মন ভাল লগাব পৰা

ଉଦାହରଣ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে

ସମକକ୍ଷ : মধুৰ