ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মিটাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মিটাৰ   বিশেষ্য

ଅର୍ଥ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়

ଉଦାହରଣ : টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল

ଅର୍ଥ : দৈর্ঘ্য জোখাৰ এক মাপ

ଉଦାହରଣ : কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব

ଅର୍ଥ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ

ଉଦାହରଣ : মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে

ଅର୍ଥ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়

ଉଦାହରଣ : এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই

ସମକକ୍ଷ : গতিমাপক, স্পীডোমিটাৰ