ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো সত্য নহয়
ଉଦାହରଣ : মিছা কথা কোৱা পাপ
ସମକକ୍ଷ : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিথ্যা
ଅର୍ଥ : যি সত্যৰ ওপৰত আধাৰিত নহয়
ଉଦାହରଣ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
ସମକକ୍ଷ : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিথ্যা
ଅର୍ଥ : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
ଉଦାହରଣ : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
ସମକକ୍ଷ : মিথ্যা
ଅର୍ଥ : যিটো বাস্তৱসন্মত নহয়
ଉଦାହରଣ : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
ସମକକ୍ଷ : অবাস্তৱিক, অযথার্থ, কল্পিত, কাল্পনিক, খেয়ালি
ସଂସ୍ଥାପନ କରନ୍ତୁ