ଅର୍ଥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
ଉଦାହରଣ :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
ସମକକ୍ଷ : মাৰাঠী ভাষা
ଅର୍ଥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
ଉଦାହରଣ :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
ସମକକ୍ଷ : মহাৰাষ্ট্রী
ଅର୍ଥ : মহাৰাষ্ট্রত থকা বা বসতি কৰা
ଉଦାହରଣ :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
ସମକକ୍ଷ : মহাৰাষ্ট্রী
ଅର୍ଥ : যাৰ মাতৃভাষা মাৰাঠী
ଉଦାହରଣ :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
ଅର୍ଥ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
ଅର୍ଥ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
ଉଦାହରଣ :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে