ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
ଉଦାହରଣ : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
ସମକକ୍ଷ : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
ଅର୍ଥ : মাৰপিট কৰা কার্য
ଉଦାହରଣ : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
ସମକକ୍ଷ : মাৰ-পিট
ଅର୍ଥ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
ଉଦାହରଣ : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
ସମକକ୍ଷ : কাজিয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ