ଅର୍ଥ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ଉଦାହରଣ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
ସମକକ୍ଷ : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, যাদু
ଅର୍ଥ : সাংসাৰিক জঞ্জাল
ଉଦାହରଣ :
তেওঁ ্সাংসাৰিকতাৰ পৰা মুক্ত হৈ সন্যাস লʼলে
ସମକକ୍ଷ : মায়াজাল, সাংসাৰিকতা