ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যৌৱনাৰম্ভৰ পৰা আৰম্ভ কৰি ৰজোনিবৃত্তিলৈকে চলা মহিলাসকলৰ এক প্রক্রিয়া
ଉଦାହରଣ : মাহেকীয়াৰ সময়ত মহিলাসকলে বিশেষধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত
ସମକକ୍ଷ : ঋতুস্রাব, মাসিক
ଅର୍ଥ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
ଉଦାହରଣ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
ସମକକ୍ଷ : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, ৰজঃ, ৰজস্বলা
ଅର୍ଥ : প্রত্যেক মাহত এবাৰ বা মাহে মাহে হোৱা
ଉଦାହରଣ : এই মন্দিৰটোত মাহেকীয়া ৰামকথাৰ আয়োজন কৰা হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ