ଅର୍ଥ : মালাবাৰৰ অধিবাসী
ଉଦାହରଣ :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
ସମକକ୍ଷ : মালায়ালি
ଅର୍ଥ : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
ଉଦାହରଣ :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
ଅର୍ଥ : মালাবাৰত থকা বা বসতি কৰা
ଉଦାହରଣ :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল