ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ଉଦାହରଣ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
ସମକକ୍ଷ : উপায়, পথ, পন্থা, ্সাধন
ଅର୍ଥ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ଉଦାହରଣ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
ସମକକ୍ଷ : পথ, বাট, ৰাস্তা
ଅର୍ଥ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ଉଦାହରଣ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
ସମକକ୍ଷ : পথ, বাট, ্ ৰাস্তা
ଅର୍ଥ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
ଉଦାହରଣ : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
ସମକକ୍ଷ : পথ, বিবৰ, ্ৰাস্তা
ସଂସ୍ଥାପନ କରନ୍ତୁ