ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মানা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মানা   বিশেষ্য

ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা

ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ସମକକ୍ଷ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন

ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান

মানা   ক্ৰিয়া

ଅର୍ଥ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

ଉଦାହରଣ :

ସମକକ୍ଷ : মানি লোৱা, সহা, সহ্য কৰা

ଅର୍ଥ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ଉଦାହରଣ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

ସମକକ୍ଷ : স্বীকাৰ কৰা, স্বীকৃতি দিয়া

মানা   বিশেষণ

ଅର୍ଥ : যাক নিষেধ কৰা হৈছে

ଉଦାହରଣ : এই বিলত ্সাঁতোৰাত বাধা আছে

ସମକକ୍ଷ : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা