ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ଉଦାହରଣ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
ସମକକ୍ଷ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ, শিৰ
ଅର୍ଥ : মূৰৰ ভিতৰৰ সাৰ অংশ
ଉଦାହରଣ : মগজুৰ সংৰচনা বৰ জটিল
ସମକକ୍ଷ : ঘিউ, মগজু, মস্তিষ্ক
ଅର୍ଥ : শৰীৰৰ যি অংশত মগজু থাকে
ଉଦାହରଣ : মোহনৰ মূৰত চুলি নাই
ସମକକ୍ଷ : মূৰ, শিৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ