ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মাছমৰীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মাছমৰীয়া   বিশেষ্য

ଅର୍ଥ : মাছ ধৰোতা এক জাতি

ଉଦାହରଣ : কিছুমান গ্রামীণ অঞ্চলত আজিও মাছমৰীয়া জাতিয়ে নিজৰ পেচাত লাগি আছে

ସମକକ୍ଷ : ধীৱৰ, মাছমৰীয়া জাতি

ଅର୍ଥ : যিয়ে মাছ মাৰি বেচে

ଉଦାହରଣ : সাগৰত ধুমুহা অহা কাৰণে মাছমৰীয়াই মাছ মাৰিবলৈ যাব পৰা নাই

ସମକକ୍ଷ : মছুৱা, মাছুৱৈ, মৎস্যজীৱি

ଅର୍ଥ : যিয়ে জীৱন-যাপন কৰিবলৈ মাছ মাৰে বা ধৰে

ଉଦାହରଣ : কিছুমান মাছমৰীয়াই নদীত মাছ মাৰি আছে