ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মমতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মমতা   বিশেষ্য

ଅର୍ଥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

ଉଦାହରଣ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

ସମକକ୍ଷ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

ଅର୍ଥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

ଉଦାହରଣ : সাধুসকল মোহত নপৰে

ସମକକ୍ଷ : মোহ

ଅର୍ଥ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

ଉଦାହରଣ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

ସମକକ୍ଷ : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

ଅର୍ଥ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

ଉଦାହରଣ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়