ଅର୍ଥ : মনো বিজ্ঞানৰ জ্ঞাতা
ଉଦାହରଣ :
তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
ଅର୍ଥ : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
ଉଦାହରଣ :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
ସମକକ୍ଷ : মনোবিজ্ঞানী
ଅର୍ଥ : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
ଉଦାହରଣ :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
ସମକକ୍ଷ : মনোবিজ্ঞানী