ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মনা   ক্ৰিয়া

ଅର୍ଥ : মানি লোৱা

ଉଦାହରଣ : ঠেহ পতা ৰাণীয়ে মানিলে

ଅର୍ଥ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা

ଉଦାହରଣ : মই তেখেতক বহুত মানো

ଅର୍ଥ : সহমত হোৱা

ଉଦାହରଣ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

ସମକକ୍ଷ : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা

ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ଉଦାହରଣ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

ସମକକ୍ଷ : মানি লোৱা, স্বীকাৰ কৰা

ଅର୍ଥ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা

ଉଦାହରଣ : মই নিৰাকাৰ ঈশ্বৰক মানো

ଅର୍ଥ : মহত্ত্ব বুজি পোৱা

ଉଦାହରଣ : এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক