ଅର୍ଥ : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
ଉଦାହରଣ :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
ସମକକ୍ଷ : অহংকাৰ
ଅର୍ଥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ଉଦାହରଣ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
ସମକକ୍ଷ : জাল, নিচা, মত্তাৱস্থা, ৰাগি