ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ଉଦାହରଣ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
ସମକକ୍ଷ : দল, মণ্ডল, সংগঠন
ଅର୍ଥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ଉଦାହରଣ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
ସମକକ୍ଷ : দল, পার্টী, সংঘ, সঙ্ঘ
ସଂସ୍ଥାପନ କରନ୍ତୁ