ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মণ্ডল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মণ্ডল   বিশেষ্য

ଅର୍ଥ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

ଉଦାହରଣ : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

ଅର୍ଥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ଉଦାହରଣ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

ସମକକ୍ଷ : পৰিধি

ଅର୍ଥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ଉଦାହରଣ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

ସମକକ୍ଷ : দল, মণ্ডলী, সংগঠন

ଅର୍ଥ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

ଉଦାହରଣ : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে