ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ଉଦାହରଣ : এইখন বিয়াৰ ৰভা
ସମକକ୍ଷ : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
ଅର୍ଥ : একপ্রকাৰৰ ডাঙৰ তম্বু
ଉଦାହରଣ : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
ସମକକ୍ଷ : চন্দ্রতাপ, চামিয়ানা
ଅର୍ଥ : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
ଉଦାହରଣ : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
ସମକକ୍ଷ : ৰভা ঘৰ, ৰভাস্থলী
ସଂସ୍ଥାପନ କରନ୍ତୁ