ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মণিপুৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মণিপুৰী   বিশেষ্য

ଅର୍ଥ : মণিপুৰত কোৱা ভাষা

ଉଦାହରଣ : তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে

ଅର୍ଥ : মণিপুৰৰ অধিবাসী

ଉଦାହରଣ : আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল

মণিপুৰী   বিশেষণ

ଅର୍ଥ : মণিপুৰত থকা বা বসতি কৰা

ଉଦାହରଣ : কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব

ଅର୍ଥ : মণিপুৰৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ

ଅର୍ଥ : মণিপুৰী ভাষাত ৰচিত

ଉଦାହରଣ : তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?