ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মঞ্চ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মঞ্চ   বিশেষ্য

ଅର୍ଥ : নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে

ଉଦାହରଣ : মই ৰংগমঞ্চৰ একেবাৰে ওচৰৰ পৰা নাটক চাই আছিলোঁ

ସମକକ୍ଷ : ৰংগভূমি, ৰংগমঞ্চ, ৰংগশালা, ৰঙ্গমঞ্চ

ଅର୍ଥ : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান

ଉଦାହରଣ : নেতাজী মঞ্চৰ ওপৰত আছিল

ସମକକ୍ଷ : ষ্টেজ

ଅର୍ଥ : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ

ଉଦାହରଣ : মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে

ସମକକ୍ଷ : বেদী