ଅର୍ଥ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
ଉଦାହରଣ :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
ସମକକ୍ଷ : পাৰিশ্রমিক
ଅର୍ଥ : মজদুৰে পোৱা পাৰিশ্রমিক
ଉଦାହରଣ :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
ଅର୍ଥ : পাৰিশ্রমিকৰ দান
ଉଦାହରଣ :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
ସମକକ୍ଷ : পাৰিশ্রমিক, বানচ