ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মছলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মছলা   বিশেষ্য

ଅର୍ଥ : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য

ଉଦାହରଣ : মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা

ସମକକ୍ଷ : মচলা

ଅର୍ଥ : কোনো বিশেষ কামৰ কাৰণে বনোৱা ঔষধি বা ৰাসায়নিক দ্রৱ্যৰ মিশ্রণ

ଉଦାହରଣ : এই ঢোলটোৰ মছলা এৰাই গʼল

ଅର୍ଥ : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ

ଉଦାହରଣ : আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়

ସମକକ୍ଷ : মচলা