ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মংগল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মংগল   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

ସମକକ୍ଷ : কল্যাণ, ভাল, লাভ, হিত

ଅର୍ଥ : কুশল হোৱাৰ অৱস্থা বা ভাৱ

ଉଦାହରଣ : সকলোৰে মংগল ভগৱানৰ হাতত আছে

ସମକକ୍ଷ : কল্যাণ, কুশল

ଅର୍ଥ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

ଉଦାହରଣ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

ସମକକ୍ଷ : কল্যাণ, ভাল, মঙ্গল, শুভ