ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
ଉଦାହରଣ : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
ସମକକ୍ଷ : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
ଅର୍ଥ : মʼৰা চৰাইৰ মাইকী
ଉଦାହରଣ : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই
ସମକକ୍ଷ : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ