ଅର୍ଥ : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
ଉଦାହରଣ :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
ଅର୍ଥ : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
ଉଦାହରଣ :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
ସମକକ୍ଷ : ভুল ধাৰণা