ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রাণবায়ু উৰি যোৱা শৰীৰ
ଉଦାହରଣ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
ସମକକ୍ଷ : মৃতদেহ, মৰা শ, মৰাশ, লাচ, শ, শৱ, শৱ দেহ
ଅର୍ଥ : নদী পাৰ হʼবৰ কাৰণে কাঠৰ পাত আদি একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা যতন
ଉଦାହରଣ : আমি ভূৰেৰে নদী পাৰ হʼলো
ସମକକ୍ଷ : ভূৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ