ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
ଉଦାହରଣ : তেওঁ বেদীত বহি কথা কৈ আছে
ସମକକ୍ଷ : বেদিকা, বেদী
ଅର୍ଥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ଉଦାହରଣ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
ସମକକ୍ଷ : উপঢৌকন, পাৰিতোষিক
ଅର୍ଥ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
ଉଦାହରଣ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
ସମକକ୍ଷ : উঁহ, গুৰি, বুনিয়াদ
ସଂସ୍ଥାପନ କରନ୍ତୁ