ଅର୍ଥ : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
ଉଦାହରଣ :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
ସମକକ୍ଷ : ভূভাগ, ভৌগোলিক ক্ষেত্র
ଅର୍ଥ : ভূমি খণ্ড
ଉଦାହରଣ :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
ସମକକ୍ଷ : ভূ-খণ্ড