ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভাৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভাৰা   বিশেষ্য

ଅର୍ଥ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

ଉଦାହରଣ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

ସମକକ୍ଷ : ভাড়া, মাচুল, শুল্ক

ଅର୍ଥ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী

ଉଦାହରଣ : সকলো টেক্সীৱালাই ভাৰা লৈ গʼল

ସମକକ୍ଷ : ভাড়া

ଅର୍ଥ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন

ଉଦାହରଣ : ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান

ସମକକ୍ଷ : পৰিবহন ভাৰা, ভাড়া