ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ଉଦାହରଣ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
ସମକକ୍ଷ : বোজা
ଅର୍ଥ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
ଉଦାହରଣ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
ସମକକ୍ଷ : বোজ, বোজা
ଅର୍ଥ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
ଉଦାହରଣ : এই বস্তুটোৰ ওজন কিমান?
ସମକକ୍ଷ : ওজন, গধুৰতা, ভৰ
ଅର୍ଥ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ଉଦାହରଣ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
ଅର୍ଥ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ଉଦାହରଣ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ