ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
ଉଦାହରଣ : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
ସମକକ୍ଷ : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
ଅର୍ଥ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
ଉଦାହରଣ : আজি শচীনে ভাল খেলিলে
ସମକକ୍ଷ : বঢ়িয়া, ভাল
ଅର୍ଥ : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
ଉଦାହରଣ : মোৰ ধেমালিবোৰ ভালদৰে লʼব
ସମକକ୍ଷ : ভালধৰণে
ଅର୍ଥ : পৰিচিত ৰূপত
ଉଦାହରଣ : মই মহেশক ভালদৰে জানোঁ
ଅର୍ଥ : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
ଉଦାହରଣ : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ