ଅର୍ଥ : ভাব-চিন্তা বা বিচাৰ সহকাৰে
ଉଦାହରଣ :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
ସମକକ୍ଷ : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি
ଅର୍ଥ : সাৱধান সহকাৰে
ଉଦାହରଣ :
যি কোনো কাম সাৱধানে কৰিব লাগে
ସମକକ୍ଷ : আগ-পিছ গুণি, গুণা-গঁথা কৰি, চাই-চিতি, ভূত-ভৱিষ্যত চিন্তা কৰি, সন্তর্পণে, সাৱধানে
ଅର୍ଥ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
ଉଦାହରଣ :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
ସମକକ୍ଷ : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি