ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভাণ্ডাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভাণ্ডাৰ   বিশেষ্য

ଅର୍ଥ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ଉଦାହରଣ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

ସମକକ୍ଷ : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ

ଅର୍ଥ : বহুত ধন থকা কোষ বা স্থান

ଉଦାହରଣ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

ସମକକ୍ଷ : কোষ, কোষাগাৰ, খাজানা

ଅର୍ଥ : সঞ্চিত ধন, জ্ঞান আদি

ଉଦାହରଣ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

ସମକକ୍ଷ : কোষ, খাজানা, নিধি

ଅର୍ଥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ଉଦାହରଣ :

ସମକକ୍ଷ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

ଅର୍ଥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

ଉଦାହରଣ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

ସମକକ୍ଷ : ভঁ্ৰাল, সাগৰ