ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ଉଦାହରଣ : বানপানীত কিমান যে পশু উটি গৈছে
ସମକକ୍ଷ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, ওপঙা, বৈ যোৱা, ভাসমান হোৱা, ভাহি যোৱা
ଅର୍ଥ : যি দ্রৱত উপঙি আছে
ଉଦାହରଣ : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
ସମକକ୍ଷ : উপঙা, উপঙি থকা, প্লৱমান, ভাসন্ত, ভাসমান, ভাহি থকা
ସଂସ୍ଥାପନ କରନ୍ତୁ