ଅର୍ଥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ଉଦାହରଣ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ସମକକ୍ଷ : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
ଅର୍ଥ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
ଉଦାହରଣ :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
ସମକକ୍ଷ : টুকুৰা কৰা
ଅର୍ଥ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
ଉଦାହରଣ :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
ସମକକ୍ଷ : ভাঙি যোৱা
ଅର୍ଥ : সম্বন্ধ আদি ভাঙি যোৱা
ଉଦାହରଣ :
চালমাৰ বিয়াখন ভাঙি গʼল