ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
ଉଦାହରଣ : মোৰ খুৰাৰ ভনী বৰ মৃদু স্বভাৱৰ
ସମକକ୍ଷ : ভগিনী, ভনী
ଅର୍ଥ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
ଉଦାହରଣ : ৰাধা মোৰ নিজা ভনী
ସମକକ୍ଷ : নিজা ভণ্টি, বা), ভগিনী, ভণ্টি, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
ସଂସ୍ଥାପନ କରନ୍ତୁ