ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভগা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভগা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

ଉଦାହରଣ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

ସମକକ୍ଷ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া

ଅର୍ଥ : পৃথক বা বেলেগ হোৱা

ଉଦାହରଣ : মুন্নাৰ এটা দাঁত ভাগিল

ভগা   বিশেষণ

ଅର୍ଥ : যিটো ভাঙিছে বা ভঙ্গ হৈছে

ଉଦାହରଣ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

ସମକକ୍ଷ : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত

ଅର୍ଥ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

ଉଦାହରଣ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

ସମକକ୍ଷ : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা